প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে প্ৰখ্যাত লেখিকা তথা ওড়িশাৰ মুখ্যমন্ত্ৰীৰ ভগ্নী শ্ৰীমতী গীতা মেহতাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে

प्रविष्टि तिथि: 17 SEP 2023 9:24AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত লেখিকা তথা ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী নবীন পাটনায়কৰ ভগ্নী শ্ৰীমতী গীতা মেহতাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে, “বিখ্যাত লেখিকা শ্ৰীমতী গীতা মেহতা জীৰ মৃত্যুত মই মৰ্মাহত হৈছো। বুদ্ধিমত্তা আৰু লেখাৰ লগতে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰতি থকা আকৰ্ষণৰ বাবেও বিখ্যাত আছিল বহুমুখী ব্যক্তিত্ব। প্ৰকৃতি আৰু জল সংৰক্ষণৰ প্ৰতিও তেওঁ উৎসৰ্গিত আছিল।এই শোকৰ সময়ত @Naveen_Odisha ji আৰু তেওঁৰ সমগ্ৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ।ঔম শান্তি।"

***


(रिलीज़ आईडी: 1958159) आगंतुक पटल : 148
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam