প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰে সহযোগিতা, উদ্ভাৱন আৰু উমৈহতীয়া প্ৰগতিৰ প্ৰতীক হোৱাৰ প্ৰতিশ্ৰুতি বহন কৰিছেঃ প্ৰধানমন্ত্ৰী

Posted On: 09 SEP 2023 7:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰৰ প্ৰশংসা কৰে। তেওঁ কয় যে ই সহযোগিতা, উদ্ভাৱন আৰু উমৈহতীয়া প্ৰগতিৰ প্ৰতীক হোৱাৰ লগতে উমৈহতীয়া আকাংক্ষা আৰু সপোনৰ যাত্ৰাক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“উমৈহতীয়া আকাংক্ষা আৰু সপোনৰ যাত্ৰাৰ তালিকা প্ৰস্তুত কৰি ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰে সহযোগিতা, উদ্ভাৱন আৰু উমৈহতীয়া প্ৰগতিৰ প্ৰতীক হোৱাৰ প্ৰতিশ্ৰুতি দিছে। ইতিহাসৰ সূচনা হোৱাৰ লগতে এই কৰিড’ৰটোৱেই হৈ পৰক মহাদেশসমূহৰ মাজত মানৱীয় প্ৰচেষ্টা আৰু ঐক্যৰ প্ৰমাণ।”

 

Charting a journey of shared aspirations and dreams, the India-Middle East-Europe Economic Corridor promises to be a beacon of cooperation, innovation, and shared progress. As history unfolds, may this corridor be a testament to human endeavour and unity across continents. pic.twitter.com/vYBNo2oa5W

— Narendra Modi (@narendramodi) September 9, 2023

 

 ***

DS/TS/DB



(Release ID: 1955947) Visitor Counter : 135