প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আন এক মাইলৰ খুঁটি অৰ্জন কৰাৰ বাবে বিজ্ঞানী আৰু অভিযন্তাসকলক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 31 AUG 2023 9:45PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজ্ঞানী আৰু অভিযন্তাসকলক আন এক মাইলৰ খুঁটি অৰ্জন কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। গুজৰাটৰ প্ৰথম সৰ্ববৃহৎ থলুৱা ৭০০ এমডব্লিউই কাক্ৰাপাৰ পাৰমাণৱিক শক্তি প্ৰকল্প ইউনিট-৩য়ে সম্পূৰ্ণ ক্ষমতাৰে কাম আৰম্ভ কৰে।

এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

"ভাৰতে আন এটা মাইলৰ খুঁটি অৰ্জন কৰিছে।

গুজৰাটৰ প্ৰথম সৰ্ববৃহৎ থলুৱা 700 মেগাৱাট ইলেক্ট্ৰিক কাক্ৰাপাৰ পাৰমাণৱিক শক্তি প্ৰকল্পৰ তৃতীয় ইউনিট-এ পূৰ্ণোদ্যমে কাম আৰম্ভ কৰিছে।

আমাৰ বিজ্ঞানী আৰু অভিযন্তাসকলক অভিনন্দন।"

 

****************


(रिलीज़ आईडी: 1954717) आगंतुक पटल : 182
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam