প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৩ আগষ্টত ১০ বিলিয়ন ইউপিআই লেন-দেন অতিক্ৰমক শলাগ প্ৰধানমন্ত্ৰীৰ

Posted On: 01 SEP 2023 3:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৩ৰ আগষ্টত ১০ বিলিয়ন ইউপিআই লেন-দেন অতিক্ৰমক শলাগ লয়।


এনপিচিআইৰ এটি প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে Xত এইদৰে প’ষ্ট কৰে

"এয়া অসাধাৰণ খবৰ! ই ভাৰতৰ ডিজিটেল অগ্ৰগতিৰ সাক্ষ্য। অনাগত সময়তো এই ধাৰা অব্যাহত থাকে যেন।"

 

This is exceptional news! It is a testament to the people of India embracing digital progress and a tribute to their skills. May this trend continue in the times to come. https://t.co/MrXpYbg5Cd

— Narendra Modi (@narendramodi) September 1, 2023


 

 

 

***



(Release ID: 1954071) Visitor Counter : 72