প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কৰ্কট ৰোগ নিৰাময়ৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰচেষ্টাৱলীৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 01 SEP 2023 8:11AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্কট ৰোগ নিৰাময়ৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰচেষ্টাৱলীৰ প্ৰশংসা কৰে৷

এক টুইটাৰ পোষ্টত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে জনায় যে ইএছআই নিগমৰ ১৯১সংখ্যক বৈঠকত সমগ্ৰ ভাৰতৰ ৩০খন ইএছআইচি হাস্পতালত কেম’থেৰাপী সেৱা প্ৰৱৰ্তন কৰা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে প্ৰত্যুত্তৰত লিখে;

“কৰ্কট ৰোগ নিৰাময়ৰ বাবে আন্তঃগাঁথনি শক্তিশালী কৰাৰ প্ৰশংসনীয় পদক্ষেপ লোৱা হৈছে৷ ই সমগ্ৰ দেশৰ বহুসংখ্যক লোকক উপকৃত কৰিব৷”

 

Commendable effort to strengthen the infrastructure to cure cancer. It will benefit several people across the nation. https://t.co/De7cthea9J

— Narendra Modi (@narendramodi) September 1, 2023

 

***


(रिलीज़ आईडी: 1953972) आगंतुक पटल : 146
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Gujarati , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Odia , Tamil , Telugu , Kannada , Malayalam