প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘ফিডে বিশ্বকাপ’ত দাঙি ধৰা এক দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে প্ৰাজ্ঞানন্দক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 24 AUG 2023 6:53PM by PIB Guwahati

‘ফিডে বিশ্বকাপ’ত দাঙি ধৰা এক দুৰ্দান্ত প্ৰদৰ্শন বাবে ‘দবা গ্ৰেণ্ডমাষ্টাৰ’ আৰ প্ৰাজ্ঞানন্দক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

 

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত প্ৰেৰণ কৰা বাৰ্তাত কয়,

 

"ফিডে বিশ্বকাপত দাঙি ধৰা দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে আমি প্ৰাজ্ঞানন্দক লৈ গৌৰৱান্বিত! তেওঁ তেওঁৰ ব্যতিক্ৰমী দক্ষতা প্ৰদৰ্শন কৰিছিল আৰু ফাইনেলত দুৰ্ধৰ্ষ মেগনাছ কাৰ্লছেনক এক কঠিন যুঁজৰ সন্মুখীন কৰাইছিল। এয়া কোনো গুণে সৰু কাম নহয়। আগন্তুক প্ৰতিযোগিতাসমূহৰ বাবে তেওঁলৈ শুভকামনা জনাইছোঁ।"

 

We are proud of Praggnanandhaa for his remarkable performance at the FIDE World Cup! He showcased his exceptional skills and gave a tough fight to the formidable Magnus Carlsen in the finals. This is no small feat. Wishing him the very best for his upcoming tournaments. pic.twitter.com/KXYcFRGYTO

— Narendra Modi (@narendramodi) August 24, 2023

 

*****



(Release ID: 1952784) Visitor Counter : 86