প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ফক্সকনৰ অধ্যক্ষ ইয়ং লিউৰ সৈতে মিলিত প্ৰধানমন্ত্ৰী

Posted On: 28 JUL 2023 5:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধীনগৰত ফক্সকনৰ অধ্যক্ষ ইয়ং লিউৰ সৈতে মিলিত হয়।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰে;

"ফক্সকনৰ অধ্যক্ষ ইয়ং লিউৱে গান্ধীনগৰত প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে। ভাৰতত ছেমিকণ্ডাক্টৰ আৰু চিপ নিৰ্মাণ ক্ষমতা সম্প্ৰসাৰণৰ বাবে ফক্সকনৰ পৰিকল্পনাক প্ৰধানমন্ত্ৰীগৰাকীয়ে আদৰণি জনায়।”

 

Mr. Young Liu, Chairman of Foxconn, met PM @narendramodi in Gandhinagar. The PM welcomed Foxconn's plans to expand semiconductor and chip manufacturing capacity in India. pic.twitter.com/Badv6NhzRm

— PMO India (@PMOIndia) July 28, 2023

 

***



(Release ID: 1950753) Visitor Counter : 76