প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে মহাৰাজা বীৰ বিক্ৰম মাণিক্য বাহাদুৰৰ জন্ম বাৰ্ষিকীত তেওঁক স্মৰণ কৰে

Posted On: 19 AUG 2023 6:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে মহাৰাজা বীৰ বিক্ৰম মাণিক্য বাহাদুৰৰ জন্ম জয়ন্তীত তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়,

“মহাৰাজা বীৰ বিক্ৰম মাণিক্য বাহাদুৰৰ জন্ম বাৰ্ষিকীত মই তেওঁক স্মৰণ কৰিছো। তেওঁৰ দৃষ্টিভংগী আৰু নেতৃত্বই প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। তেওঁ আছিল ত্ৰিপুৰাৰ আৰ্থ-সামাজিক প্ৰগতিৰ বাবে অক্লান্তভাৱে কাম কৰা এজন পুৰোধা ব্যক্তি।” 

 

Remembering Maharaja Bir Bikram Manikya Bahadur on his birth anniversary. His vision and leadership continue to inspire generations. He was a stalwart who worked tirelessly for the socio-economic progress of Tripura.

— Narendra Modi (@narendramodi) August 19, 2023

 

******



(Release ID: 1950728) Visitor Counter : 84