প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নৱৰোজ উপলক্ষে শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 16 AUG 2023 2:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পাৰ্চী নৱবৰ্ষ নৱৰোজ উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

“নৱৰোজ মোবাৰক!

পাৰ্চী নৱবৰ্ষ উপলক্ষে শুভেচ্ছা জনাইছো৷ ভাৰতে পাৰ্চী সম্প্ৰদায়ৰ সংস্কৃতি আৰু পৰম্পৰাক লৈ গৌৰৱ কৰে। এই সম্প্ৰদায়টোৱে আমাৰ ৰাষ্ট্ৰীয় প্ৰগতিক যথেষ্ট সমৃদ্ধ কৰিছে। এক সুখী, উৎকৃষ্ট সু-স্বাস্থ্য আৰু সমৃদ্ধিৰে ভৰা বছৰৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ৷

***


(रिलीज़ आईडी: 1949715) आगंतुक पटल : 137
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Odia , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada