প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিশ্ব হস্তী দিৱস উপলক্ষে হস্তী সংৰক্ষণৰ প্ৰতিশ্ৰুতি দোঁহাৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 12 AUG 2023 9:44PM by PIB Guwahati

বিশ্ব হস্তী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হস্তী সংৰক্ষণৰ প্ৰতিশ্ৰুতি দোঁহাৰে৷

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱৰ টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

“বিশ্ব হস্তী দিৱস উপলক্ষে আমি হস্তী সংৰক্ষণৰ প্ৰতিশ্ৰুতি দোঁহাৰিছোঁ, যিটো ভাৰতৰ চহকী প্ৰাকৃতিক ঐতিহ্যৰ সৈতে নিবিড়ভাৱে সম্পৰ্কিত৷ এই দিশত যিসকলে কাম আছে, মই তেওঁলোকক প্ৰশংসা কৰিছো৷ শেহতীয়াভাৱে মোৰ মধুমলাই ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল ভ্ৰমণত কেইটামান দৃশ্য শ্বেয়াৰ কৰিছো৷”

 

On World Elephant Day, we reiterate our commitment to protect the elephant, which is very closely associated with India’s rich natural heritage. I also appreciate all those working in this direction. Sharing some glimpses from my recent visit to the Mudumalai Tiger Reserve. 🐘 https://t.co/xcPrZ5uZy5 pic.twitter.com/kb8lKFl3W7

— Narendra Modi (@narendramodi) August 12, 2023

 



(Release ID: 1948454) Visitor Counter : 105