প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কাৰ্যকালৰ প্ৰথমটো বছৰ সম্পূৰ্ণ কৰাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
Posted On:
25 JUL 2023 8:12PM by PIB Guwahati
কাৰ্যকালৰ প্ৰথমটো বৰ্ষ সম্পূৰ্ণ কৰাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰে।
ভাৰতৰ ৰাষ্ট্ৰপতিৰ টুইটাৰ হেণ্ডেলৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰেঃ
"কাৰ্যকালৰ প্ৰথমটো বছৰ সম্পূৰ্ণ কৰাৰ বাবে ৰাষ্ট্ৰপতিজীক অভিনন্দন! সাৰ্বজনিক সেৱাৰ প্ৰতি তেখেতৰ অক্লান্ত নিষ্ঠা আৰু প্ৰগতিৰ দিশত নিৰন্তৰ প্ৰয়াস অতি অনুপ্ৰেৰণাদায়ক। তেখেতৰ বিভিন্ন সফলতাই তেখেতৰ নেতৃত্বৰ প্ৰকৃত প্ৰভাৱ প্ৰতিফলিত কৰে।"
Congratulations to Rashtrapati Ji on her first year in office! Her tireless dedication to public service and relentless pursuit of progress are extremely motivating. Her various accomplishments reflect the tangible impact of her leadership. https://t.co/AefRDvVmJF
— Narendra Modi (@narendramodi) July 25, 2023
*************************
(Release ID: 1944978)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam