প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘অশ্বুৰা’ৰ দিনা হজৰত ইমাম হুছেইন (এএছ)ৰ ত্যাগৰ কথা স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
29 JUL 2023 9:57AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আশ্বুৰা’ উপলক্ষে হজৰত ইমাম হুছেইন (এএছ)ৰ ত্যাগৰ কথা স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘টুইট; কৰে:
"আমি হজৰত ইমাম হুছেইন (এএছ)ৰ ত্যাগৰ কথা স্মৰণ কৰিছোঁ। ন্যায় আৰু মানৱীয় মৰ্যাদাৰ আদৰ্শৰ প্ৰতি তেওঁৰ সাহস আৰু প্ৰতিশ্ৰুতি উল্লেখনীয় আছিল।"
We recall the sacrifices made by Hazrat Imam Hussain (AS). His courage and commitment to the ideals of justice and human dignity are noteworthy.
— Narendra Modi (@narendramodi) July 29, 2023
(रिलीज़ आईडी: 1944381)
आगंतुक पटल : 173
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam