প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কণ্ঠশিল্পী মুকেশৰ ১০০ সংখ্যক জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Posted On: 22 JUL 2023 7:45PM by PIB Guwahati

কণ্ঠশিল্পী মুকেশৰ ১০০ সংখ্যক জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সংগীত জগতলৈ গায়ক মুকেশৰ অতুলনীয় অৰিহণাক স্মৰণ কৰিছে। আজি সুৰ সংগীতৰ বিশেষজ্ঞ শিল্পী গৰাকীৰ ১০০ সংখ্যক জন্ম জয়ন্তী।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়, "সুৰ সংগীতৰ কিংবদন্তী মুকেশক তেওঁৰ ১০০ বছৰীয়া জন্ম জয়ন্তীত শ্ৰদ্ধাৰে স্মৰণ কৰিছো। তেওঁৰ কালজয়ী গীতে বহু ধৰণৰ আৱেগক উদগনি দিয়ে আৰু ভাৰতীয় সংগীতত এক অতুলনীয় চাঁপ ৰাখি গৈছে। তেওঁৰ সুৰীয়া কণ্ঠ আৰু হৃদয়স্পৰ্শী গীতসমূহে প্ৰতিটো প্ৰজন্মক মোহিত কৰি ৰাখিছে।"

 

Remembering the maestro of melody, Mukesh, on his 100th birth anniversary. His timeless songs evoke a wide range of emotions and have left an indelible mark on Indian music. His golden voice and soul-stirring renditions will continue to enchant generations.

— Narendra Modi (@narendramodi) July 22, 2023

 

 

*****



(Release ID: 1944234) Visitor Counter : 83