প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাশ্মীৰৰ শতিকা পুৰণি 'নামদা' শিল্পৰ পুনৰুজ্জীৱিতকৰণ সম্পৰ্কীয় এটা প্ৰবন্ধ‘শ্বেয়াৰ’কৰিছে প্ৰধানমন্ত্ৰীয়ে

Posted On: 17 JUL 2023 12:19PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশ্মীৰৰ শতিকা পুৰণি 'নামদা' শিল্পৰ পুনৰুজ্জীৱিতকৰণ সন্দৰ্ভত এটা প্ৰবন্ধ ‘শ্বেয়াৰ’ কৰিছে। 

 

প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:

 

"কাশ্মীৰৰ শতিকা পুৰণি 'নামদা' শিল্পৰ পুনৰুজ্জীৱিতকৰণৰ দিহা কৰা হৈছে আৰু বহু বছৰৰ পিছত এতিয়া বিশ্বৰ ভিন্ন প্ৰান্তত এই শিল্প উপনীত হোৱা দেখি আনন্দিত হৈছোঁ! এয়া আমাৰ শিল্পীসকলৰ দক্ষতা আৰু নিৰলস প্ৰয়াসৰে নিদৰ্শন। এই পুনৰুজ্জীৱিতকৰণ আমাৰ সমৃদ্ধ ঐতিহ্যৰ বাবে এক ডাঙৰ খবৰ।"

 

Delighted that Kashmir's centuries-old 'Namda' craft is reviving and now reaching global shores after years! This is a testament to our artisans' skills and resilience. This revival is great news for our rich heritage. https://t.co/t0dT7sb7QU pic.twitter.com/YfNafSwuNc

— Narendra Modi (@narendramodi) July 17, 2023

 

 

***



(Release ID: 1940616) Visitor Counter : 89