প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চাৰ্টাৰ্ড একাউণ্টেণ্ট দিৱসত চাৰ্টাৰ্ড একাউণ্টেণ্টসকলৰ অৱদানৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 01 JUL 2023 10:42AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চাৰ্টাৰ্ড একাউণ্টেণ্ট দিৱসত চাৰ্টাৰ্ড একাউণ্টেণ্টসকলৰ অৱদানৰ প্ৰশংসা কৰে।  

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ
"#CharteredAccountantsDay, উপলক্ষে আমি এনে এক পেছাদাৰী সম্প্ৰদায়ক সন্মান জনাইছোঁ যি আমাৰ দেশৰ বিত্তীয় ব্যৱস্থাৰ মুখ্য স্থপতিবিদসকলৰ মাজৰ এটা। তেওঁলোকৰ বিশ্লেষণাত্মক কৌশল আৰু দৃঢ় অংগীকাৰে আমাৰ অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পালন কৰে। তেওঁলোকৰ দক্ষতাই এক সমৃদ্ধ আৰু আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলাত সহায় কৰে।"

*************************
 


(रिलीज़ आईडी: 1937393) आगंतुक पटल : 157
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Nepali , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam