প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ঈদ-ঊল-জোহা উপলক্ষে সকলোকে শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 29 JUN 2023 10:24AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ-ঊল-জোহা উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

“ঈদ-ঊল-জোহাৰ শুভেচ্ছা জনাইছো৷ এই দিনটোৱে সকলোৰে বাবে সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক৷ এই উৎসৱে লগতে আমাৰ সমাজত একত্ৰিত আৰু সম্প্ৰীতিৰ মনোভাৱ জগাই তোলক৷ ঈদ মোবাৰক!”

*****


(रिलीज़ आईडी: 1936736) आगंतुक पटल : 184
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam