প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় কাবাডী দলক এছীয়ান কাবাডী চেম্পিয়নশ্বিপত নিজৰ ৮ম খিতাপ জয় কৰাত অভিনন্দন জনায়
পোষ্ট কৰা হৈছে:
01 JUL 2023 2:42PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় কাবাডী দলক এছীয়ান কাবাডী চেম্পিয়নশ্বিপত নিজৰ ৮ম খিতাপ জয় কৰাত অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:
"আমাৰ অদ্ভূত কাবাডী টীমক এছীয়ান কাবাডী চেম্পিয়নশ্বিপৰ নিজৰ ৮ম খিতাপ জয় কৰাত অভিনন্দন! নিজৰ অসাধাৰণ প্ৰদৰ্শন আৰু উল্লেখযোগ্য টীম প্ৰয়াসৰ মাধ্যমত, তেওঁলোকে সঁচা খেল ভাবনাৰ প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ অনাগত প্ৰয়াসসমূহৰ বাবে শুভকামনা।"
**********
(ৰিলিজ আই ডি : 1936726)
অতিথি কক্ষ : 166
ত এই ৰিলিজটো পঢ়ক:
Tamil
,
Kannada
,
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Telugu
,
Malayalam