প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অৰ্ডাৰ অৱ দ্য নাইলৰে বিভূষিত প্ৰধানমন্ত্ৰী

Posted On: 25 JUN 2023 7:09PM by PIB Guwahati

২০২৩ৰ ২৫ জুনত কায়ৰোৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত আৰৱ ৰিপাব্লিক অৱ ইজিপ্তৰ ৰাষ্ট্ৰপতি মহামহিম আব্দেল ফাত্তাহ আল-চিচিয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ইজিপ্তৰ সৰ্বোচ্চ অসামৰিক বঁটা ‘অৰ্ডাৰ অৱ দ্য নাইল’ প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতবাসীৰ হৈ এই সন্মানৰ বাবে ৰাষ্ট্ৰপতি চিচিক ধন্যবাদ জ্ঞাপন কৰে।

এই বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয় নৰেন্দ্ৰ মোদী।

***



(Release ID: 1936349) Visitor Counter : 79