প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শেহতীয়া প্ৰযুক্তি আকোৱালি লোৱাৰ ক্ষেত্ৰত ভাৰতৰ জনসাধাৰণ সদায় আগতঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
10 JUN 2023 4:07PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ নাগৰিকসকলৰ অভিনৱ উদ্যম আৰু গ্ৰহণ কৰি লোৱাৰ ক্ষমতাক প্ৰশংসা কৰি আগন্তুক সময়ত এই গতি অব্যাহত ৰাখিবলৈ চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰিছে।
ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত দেশখনে যি অগ্ৰগতি লাভ কৰিছে সেই সন্দৰ্ভত এজন নাগৰিকে কৰা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰেঃ
"যেতিয়া শেহতীয়া প্ৰযুক্তি আকোৱালি লোৱাৰ কথা আহে, তেতিয়া ভাৰতৰ জনসাধাৰণ নিঃসন্দেহে চেম্পিয়ন! তেওঁলোকে এক উদ্ভাৱনীমূলক উদ্যম আৰু গ্ৰহণ কৰি লোৱাৰ অদম্য ক্ষমতা প্ৰদৰ্শন কৰিছে। এই পৰিৱৰ্তন সমগ্ৰ ভাৰততে দৃশ্যমান আৰু আমি আগন্তুক সময়ত এই গতি অব্যাহত ৰাখিম।"
***
(रिलीज़ आईडी: 1935680)
आगंतुक पटल : 139
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada