প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইজিপ্তৰ বিশিষ্ট ‘যোগ প্ৰশিক্ষক’ শ্ৰীমতী ৰীম জাবাক আৰু শ্ৰীমতী নাডা আদেলৰে প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ
পোষ্ট কৰা হৈছে:
25 JUN 2023 5:21AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৪ জুনত কায়ৰোত দুগৰাকী বিশিষ্ট যুৱ ‘যোগ প্ৰশিক্ষক’ শ্ৰীমতী ৰীম জাবাক আৰু শ্ৰীমতী নাডা আদেলক সাক্ষাৎ প্ৰদান কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘যোগ’ৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে তেওঁলোকক প্ৰশংসা কৰে আৰু তেওঁলোকক ভাৰত ভ্ৰমণৰ বাবে উৎসাহিত কৰে। তেওঁলোকে প্ৰধানমন্ত্ৰীক ইজিপ্তত ‘যোগ’ৰ প্ৰতি থকা যথেষ্ট উৎসাহৰ বিষয়ে জানিবলৈ দিয়ে।
***
(ৰিলিজ আই ডি : 1935671)
অতিথি কক্ষ : 127
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam