প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে মিছৰৰ প্ৰসিদ্ধ লেখক তথা পেট্ৰোলিয়াম ৰণনীতিবিদ শ্ৰী তাৰেক হেগ্গীক সাক্ষাৎ কৰে
পোষ্ট কৰা হৈছে:
25 JUN 2023 5:20AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ জুন, ২০২৩ত কাইৰোত মিছৰৰ প্ৰসিদ্ধ লেখক তথা পেট্ৰোলিয়াম ৰণনীতিবিদ শ্ৰী তাৰেক হেগ্গীক সাক্ষাৎ কৰে।
দুয়োৰে মাজত বিশ্বজনীন ভূ-ৰাজনীতি, শক্তি সুৰক্ষা, সন্ত্ৰাসবাদ আৰু লৈংগিক সমতা সম্পৰ্কীয় বিষয়ৰ ওপৰত আলোচনা হয়।
**********
(ৰিলিজ আই ডি : 1935660)
অতিথি কক্ষ : 136
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam