প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘গিনিজ ৱৰ্ল্ড ৰেকৰ্ড’ৰ বাবে প্ৰধানমন্ত্ৰীয়ে চুৰাটক অভিনন্দন জনাইছে
प्रविष्टि तिथि:
22 JUN 2023 6:53AM by PIB Guwahati
‘এটা স্থানত অনুষ্ঠিত যোগ অধিবেশনত সৰ্বাধিক সংখ্যক জনসমাৱেশ সম্ভৱ কৰাৰ বাবে’ চুৰাটে ‘গিনিজ ৱৰ্ল্ড ৰেকৰ্ড’ত স্থান লাভ কৰাত অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
গুজৰাটৰ গৃহ ৰাজ্যিক মন্ত্ৰী শ্ৰী হৰ্ষ সংঘৱীৰ এটি ‘টুইট’ৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;
"অভিনন্দন চুৰাট! এয়া এক উল্লেখযোগ্য সাফল্য।"
***
(रिलीज़ आईडी: 1934566)
आगंतुक पटल : 182
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam