পোষ্ট কৰা হৈছে:
02 JUN 2023 6:36PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিগত ৯ বছৰৰ কৃষক কল্যাণ সম্পৰ্কীয় প্ৰবন্ধ, ভিডিঅ', গ্ৰাফিক্স আৰু তথ্যৰ সংকলন শ্বেয়াৰ কৰে৷
প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;
“আমাৰ কৃষকৰ ঘাম আৰু পৰিশ্ৰমে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা পালন কৰে। তেওঁলোকৰ অবিৰত কাম আমাৰ খাদ্য সুৰক্ষাৰ মেৰুদণ্ড। অন্নদাতাসকলৰ সবলীকৰণৰ ৯ বছৰ হৈছে আৰু এই খণ্ডটোৰ বিকাশৰ নতুন মাত্ৰা সুনিশ্চিত কৰা হৈছে৷”
***