প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শিক্ষাবিদ তথা বিশিষ্ট বুদ্ধিজীৱী অধ্যাপক নিকোলাছ তালেবৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
प्रविष्टि तिथि:
21 JUN 2023 8:24AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাৰ নিউয়ৰ্কত বিশিষ্ট মাৰ্কিন গাণিতজ্ঞ পৰিসংখ্যাবিদ, শিক্ষাবিদ, বিশিষ্ট বুদ্ধিজীৱী তথা লেখক, অধ্যাপক নিকোলাছ তালেবক সাক্ষাৎ কৰে।
এগৰাকী গণসচেতন বুদ্ধিজীৱী হিচাপে আৰু বিপদাশংকা আৰু দুৰ্বলতাৰ দৰে জটিল চিন্তাসমূহৰ প্ৰসংগ তেওঁৰ জনপ্ৰিয় আলোচনাসমূহত স্থান দিয়াৰ ক্ষেত্ৰত দেখুওৱা বিশেষ সাফল্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে অধ্যাপক তালেবৰ প্ৰশংসা কৰে।
অধ্যাপক তালেবৰ সৈতে হোৱা বাৰ্তালাপত ভাৰতৰ যুৱ উদ্যোগীসকলৰ বিপদাশংকা গ্ৰহণৰ সামৰ্থ্য আৰু ভাৰতত বৰ্ধিত ‘ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰ’ সন্দৰ্ভতো আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে।
****
(रिलीज़ आईडी: 1933958)
आगंतुक पटल : 136
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam