প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ
প্ৰধানমন্ত্ৰীক দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰৰ অগ্ৰগতিৰ চমু আভাস দিলে এনএছএ ছুলিয়ানে
তেওঁ জনায় যে প্ৰধানমন্ত্ৰীক আদৰণি জনাবলৈ আগ্ৰহেৰে বাট চাই ৰৈছে ৰাষ্ট্ৰপতি বাইডেনে
ভাৰত-মাৰ্কিন বিস্তৃত বিশ্ব কৌশলগত অংশীদাৰিত্বৰ বিকাশ আৰু গভীৰতাকৰৈ সন্তুষ্টি প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰীয়ে জনায় যে ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে আলোচনা কৰিবলৈ আগ্ৰহী হৈ আছে
प्रविष्टि तिथि:
13 JUN 2023 8:02PM by PIB Guwahati
মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্ৰীযুত জেক ছুলিয়ানে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
এনএছএ ছুলিয়ানে প্ৰধানমন্ত্ৰীক দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন ক্ষেত্ৰৰ অগ্ৰগতিৰ চমু আভাস ডাঙি ধৰে৷
তেওঁ জনায় যে প্ৰধানমন্ত্ৰীক আদৰণি জনাবলৈ আগ্ৰহেৰে বাট চাই ৰৈছে ৰাষ্ট্ৰপতি বাইডেন৷
ভাৰত-মাৰ্কিন বিস্তৃত বিশ্ব কৌশলগত অংশীদাৰিত্বৰ বিকাশ আৰু গভীৰতাকৰৈ সন্তুষ্টি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে৷
প্ৰধানমন্ত্ৰীয়ে জনায় যে তেওঁ এই ভ্ৰমণ ফলপ্ৰসূ আৰু ৰাষ্ট্ৰপতি বাইডেনৰ দ্বিপাক্ষিক, আঞ্চলিত আৰু পাৰস্পৰিক স্বাৰ্থজড়িত গোলকীয় বিষয়সমূহ আলোচনা কৰিবলৈ আগ্ৰহী হৈ আছে৷
*****
(रिलीज़ आईडी: 1933048)
आगंतुक पटल : 170
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam