প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সংযুক্ত ৰাষ্ট্ৰ মহাসভাই শ্বহীদ হোৱা শান্তি সৈনিকসকলৰ সন্মানাৰ্থে এখন নতুন স্মাৰক দেৱাল স্থাপন সম্পৰ্কীয় ভাৰতৰ দ্বাৰা উত্থাপিত প্ৰস্তাৱ গ্ৰহণ কৰে
प्रविष्टि तिथि:
15 JUN 2023 9:24AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত ৰাষ্ট্ৰ মহাসভাই শ্বহীদ হোৱা শান্তি সৈনিকসকলৰ সন্মানাৰ্থে এখন নতুন স্মাৰক দেৱাল স্থাপন কৰা সম্পৰ্কীয় ভাৰতৰ প্ৰস্তাৱ স্বীকাৰ কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;
"মই এই কথাক লৈ আনন্দিত যে শ্বহীদ হোৱা শান্তি সৈনিকসকলৰ সন্মানাৰ্থে এখন নতুন স্মাৰক দেৱাল স্থাপন কৰা সম্পৰ্কীয় ভাৰতৰ দ্বাৰা উত্থাপিত প্ৰস্তাৱ সংযুক্ত ৰাষ্ট্ৰ মহাসভাত স্বীকাৰ কৰা হৈছে। এই প্ৰস্তাৱত ৰেকৰ্ড ১৯০ সহ-প্ৰায়োজন প্ৰাপ্ত হয়। সকলোৰে ওচৰত সমৰ্থনৰ বাবে কৃতজ্ঞ।"
**********
(रिलीज़ आईडी: 1932996)
आगंतुक पटल : 173
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Manipuri
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam