প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতে শাসনত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ আৰু সেৱা প্ৰদান উন্নত কৰাৰ বাবে প্ৰযুক্তিক গ্ৰহণ কৰিছে: প্ৰধানমন্ত্ৰী
Posted On:
09 JUN 2023 10:14AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'উন্নয়নৰ বাবে প্ৰযুক্তিৰ ৯ বছৰ' সন্দৰ্ভত প্ৰবন্ধ, ভিডিঅ', গ্ৰাফিক্স আৰু অন্তৰ্দৃষ্টি ভাগ বতৰা কৰে।
প্ৰধানমন্ত্ৰীয়ে তেওঁৰ টুইটত কয়:
"ভাৰতে শাসনত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ আৰু সেৱা প্ৰদানউন্নত কৰাৰ বাবে প্ৰযুক্তি গ্ৰহণ কৰিছে। প্ৰযুক্তিয়ে মানুহৰ জীৱনত দক্ষতাৰ লগতে সুবিধা ও আনিছে। ই ডিজিটেল ভাৱে শক্তিশালী ভাৰত গঢ়ি তোলাৰ প্ৰচেষ্টাও বৃদ্ধি কৰিছে। #9YearsOfTechForGrowth"
*****
(Release ID: 1932838)
Visitor Counter : 118
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam