প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘মন কী বাত’-ৰ বাবে তথ্য বিচাৰি প্ৰধানমন্ত্ৰীৰ আহ্বান

Posted On: 13 JUN 2023 8:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ১৮ জুনত অনুষ্ঠিত হ'বলগীয়া ‘মন কী বাত’ কাৰ্যসূচীৰ বাবে নাগৰিকসকলৰ পৰা তথ্য বিচাৰি আহ্বান জনাইছে।

 

প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে:

 

"এই মাহৰ #MannKiBaat কাৰ্যসূচী ১৮ জুন, দেওবাৰে অনুষ্ঠিত হ'ব। আপোনালোকৰ পৰা তথ্য লাভ কৰাটো সদায়েই আনন্দদায়ক কথা। ‘নমো এপ্’, ‘মাইগভ’ত আপোনালোকৰ তথ্যসমূহ ‘শ্বেয়াৰ’ কৰক, বা ‘১৮০০-১১-৭৮০০’ত ডায়েল কৰি আপোনালোকৰ বাৰ্তাসমূহ ৰেকৰ্ড কৰক।

https://www.mygov.in/group-issue/inviting-ideas-mann-ki-baat-prime-minister-narendra-modi-25th-june-2023/?target=inapp&type=group_issue&nid=340041"

***



(Release ID: 1932348) Visitor Counter : 86