প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ড০ মনসুখ মান্দবিয়াৰ ‘এক বিশ্ব, এক স্বাস্থ্য’ শীৰ্ষক এটা প্ৰৱন্ধ শ্বেয়াৰ কৰিলে পিএমঅ’ই

प्रविष्टि तिथि: 09 JUN 2023 5:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ড মনসুখ মান্দবিয়াৰ ‘এক বিশ্ব, এক স্বাস্থ্য’ শীৰ্ষক এটা প্ৰৱন্ধ শ্বেয়াৰ কৰে৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ টুইট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালেয় টুইটত কয়;

“কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী @mansukhmandviya লিখিছে কিদৰে ক’ভিড মহামাৰীৰ সময়ত ক’ৱিন আৰু ই-সঞ্জীৱনীৰ দৰে মঞ্চই ভেকচিন আৰু স্বাস্থ্য সেৱা প্ৰদানত গেম চেঞ্জাৰ হিচাপে প্ৰমাণিত কৰিলে৷”

*******


(रिलीज़ आईडी: 1932012) आगंतुक पटल : 146
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Telugu , Manipuri , Tamil , English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Odia , Kannada