প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰতিটো পদক্ষেপ আমাৰ জনসাধাৰণৰ শক্তি আৰু উদ্যমৰ প্ৰমাণ: প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 11 JUN 2023 11:32AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন চৰকাৰী যোজনাৰ বিষয়ে পৰিসংখ্যা, গ্ৰাফিক্স, ভিডিঅ' আৰু তথ্য শ্বেয়াৰ কৰিছে, যি নাগৰিকৰ দৃঢ় সংকল্প ৰেখাংকিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:

"এখন এনে ৰাষ্ট্ৰৰ সেৱা কৰাক লৈ গৰ্বিত, যি দৃঢ় সংকল্পৰে অগ্ৰসৰ হৈ আছে। বহুপক্ষীয় মঞ্চৰ পৰা আৰম্ভ কৰি আত্মনিৰ্ভৰ ভাৰত তথা 'মেক ইন ইণ্ডিয়া'লৈকে, প্ৰতিটো পদক্ষেপ আমাৰ জনসাধাৰণৰ বল আৰু ইচ্ছাশক্তিৰ প্ৰমাণ। #9YearsOfIndiaFirst”

 **********


(रिलीज़ आईडी: 1931988) आगंतुक पटल : 141
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam