প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ১,৫১৪ টা নগৰ সমবায় বেংক শক্তিশালী কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনাক আদৰণি জনাইছে

प्रविष्टि तिथि: 10 JUN 2023 4:02PM by PIB Guwahati

১,৫১৪টা নগৰ সমবায় বেংক শক্তিশালী কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনাক আদৰণি জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে কয়ঃ

"সমবায় খণ্ডৰ বাবে ই আশ্চৰ্যজনক আৰু ই বহু লোকক শক্তিশালী কৰিব।"

 

**************


(रिलीज़ आईडी: 1931593) आगंतुक पटल : 155
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , Tamil , Kannada , Malayalam , Telugu , Odia , English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati