প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰত লেৱেণ্ডাৰৰ বৰ্ধিত জনপ্ৰিয়তাত সন্তুষ্টি প্ৰকাশ কৰে

प्रविष्टि तिथि: 09 JUN 2023 8:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ 'মন কী বাত' কাৰ্যক্ৰমৰ এটা ক্লিপ শ্বেয়াৰ কৰিছে, 'ত তেওঁ লেৱেণ্ডাৰৰ বিষয়টো ৰেখাংকিত কৰে।

শ্ৰী মোদীয়ে জম্মু-কাশ্মীৰত লেৱেণ্ডাৰৰ বৰ্ধিত জনপ্ৰিয়তাত সন্তুষ্টি প্ৰকাশ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙৰ এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:

"জম্মু আৰু কাশ্মীৰত লেৱেণ্ডাৰক জনপ্ৰিয় হোৱা দেখি ভাল লাগিছে। মই অলপতে #MannKiBaat কাৰ্যক্ৰমৰ সময়তো এই বিষয়টো ৰেখাংকিত কৰিছিলোঁ। youtu.be/kkbQzipkqrA"

**********


(रिलीज़ आईडी: 1931325) आगंतुक पटल : 135
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam