প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নৱ ভাৰতঃ সকলোৰে বাবে মৰ্যাদাপূৰ্ণ জীৱন

प्रविष्टि तिथि: 01 JUN 2023 6:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায়ে নিজকে দেশৰ "প্ৰধান সেৱক" বুলি উল্লেখ কৰাৰ লগতে ভাৰতৰ নাগৰিকসকলক প্ৰতিটো নীতি পৰিকল্পনাৰ কেন্দ্ৰ বিন্দুত ৰাখে। তেওঁৰ আকৰ্ষণীয় নেতৃত্ব, পৰোপকাৰী স্বভাৱ, মানৱ অধিকাৰ আৰু গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধৰ মনোভাব আৰু কেইবা দশকজোৰা সমৃদ্ধ ৰাজহুৱা সেৱাৰ অভিজ্ঞতাই তেওঁক ভাৰতৰ শিপাৰ সৈতে সংযুক্ত কৰিছে। ই এই কথাৰ প্ৰমাণ কৰে যে শীৰ্ষ পদবীত থাকিও তেওঁ ভাৰতৰ জনসাধাৰণ, বিশেষকৈ আমাৰ সমাজৰ দৰিদ্ৰ আৰু বঞ্চিত শ্ৰেণীৰ লোকসকলৰ বেদনা আৰু উদ্বেগৰ প্ৰতি সংবেদনশীল।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে প্ৰধানমন্ত্ৰীৰ ৱেবছাইটৰ পৰা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।

জনসেৱা অনবদ্য অভিলেখৰ জৰিয়তে উপেক্ষিত শ্ৰেণীৰ মৰ্যাদা সুনিশ্চিত কৰা।

#9YearsOfGaribKalyan

***************


(रिलीज़ आईडी: 1929561) आगंतुक पटल : 161
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam