প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চণ্ডীগড়স্থিত ভাৰতৰ প্ৰথমটো ভাৰতীয় বায়ুসেনাৰ ঐতিহ্য কেন্দ্ৰৰ প্ৰশংসা প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 08 MAY 2023 9:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীগড়স্থিত ভাৰতৰ প্ৰথমটো ভাৰতীয় বায়ুসেনাৰ ঐতিহ্য কেন্দ্ৰক প্ৰশংসা কৰিছে।

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ এটা টুইট ৰিটুইট কৰি প্ৰধানমন্ত্ৰীয়ে কয়;

“এয়া এক প্ৰশংসনীয় প্ৰচেষ্টা, যিয়ে আমাৰ জাতিলৈ আমাৰ বায়ুসেনাৰ চহকী অৱদানক আৰু অধিক উজ্জ্বল কৰি তুলিব।”

****


(रिलीज़ आईडी: 1928021) आगंतुक पटल : 151
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam