প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নতুন সংসদ ভৱনে প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিবঃ প্ৰধানমন্ত্ৰী
তেখেতে শ্বেয়াৰ কৰা ভিডিঅ’ত নাগৰিকক তেওঁলোকৰ অনুভৱ ব্যক্তৰ আহ্বান
পোষ্ট কৰা হৈছে:
26 MAY 2023 6:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনৰ কেইটামান দৃশ্য শ্বেয়াৰ কৰিছে।শ্ৰী মোদীয়ে নাগৰিকক এই ভিডিঅ’ত তেওঁলোকৰ অনুভৱ শব্দৰে ৰেকৰ্ডৰ আহ্বান জনাইছে।
এটা টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ
"নতুন সংসদ ভৱনে প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰিব। ভিডিঅ’টোত এই আইকনিক ভৱনৰ একাধিক দৃশ্য সন্নিৱিষ্ট কৰা হৈছে।মই এটি বিশেষ আহ্বান জনাব খুজিছোঁ–আপোনালোকৰ নিজ-নিজ ভয়চ-অ’ভাৰেৰে ভিডিঅ’টো শ্বেয়াৰ কৰক, ইয়াৰ জৰিয়তে আপোনালোকৰ অনুভৱ ব্যক্ত কৰক।মই তেনে একাংশ ৰিটুইট কৰিম।#MyParliamentMyPrideব্যৱহাৰ কৰিবলৈ নাপাহৰিব।"
**
(ৰিলিজ আই ডি : 1927649)
অতিথি কক্ষ : 177
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam