প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতৰ প্ৰতিৰক্ষা উৎপাদনে প্ৰথমবাৰৰ বাবে ১ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰাত প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে

प्रविष्टि तिथि: 19 MAY 2023 8:07PM by PIB Guwahati

ভাৰতৰ প্ৰতিৰক্ষা উৎপাদনে প্ৰথমবাৰৰ বাবে ১ লাখ কোটি টকাৰ সীমা অতিক্ৰম কৰাক প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়, "এইটো এনে এক কৃতিত্ব, যিয়ে প্ৰতিজন ভাৰতীয়ৰ মুখত হাঁহি বিৰিঙাব।এই খণ্ডত অতুলনীয় উদ্যম দেখুওৱাৰ বাবে ভাৰতবাসীলৈ অভিনন্দন। এই খণ্ডত আৰু অধিক বৃদ্ধিৰ পথত আমি ভালদৰে আগবাঢ়িছো।"

******


(रिलीज़ आईडी: 1926614) आगंतुक पटल : 158
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam