প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গাজিয়াবাদ-আলিগড় এক্সপ্ৰেছৱেত ১০০ লেন কিলোমিটাৰ দূৰত্বত বিটুমিনাছ কংক্ৰিট স্থাপনৰ শলাগ লয় প্ৰধানমন্ত্ৰীয়ে

এটা অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথত ই এক উল্লেখযোগ্য সফলতা বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 19 MAY 2023 8:10PM by PIB Guwahati

গাজিয়াবাদ-আলিগড় এক্সপ্ৰেছৱেত ১০০ লেন কিলোমিটাৰ দূৰত্বত বিটুমিনাছ কংক্ৰিট স্থাপনৰ শলাগ লয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। এটা অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথত ই এক উল্লেখযোগ্য সফলতা বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীৰ টুইট থ্ৰেডৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"এটা অতি গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথত ই এক উল্লেখযোগ্য সফলতা। ই উন্নত আন্তঃগাঁথনিৰ বাবে গতি আৰু আধুনিক পদ্ধতি গ্ৰহণ, দুয়োটাকে দিয়া গুৰুত্বক প্ৰতিফলিত কৰে।"

******



(Release ID: 1925992) Visitor Counter : 97