পোষ্ট কৰা হৈছে:
18 MAY 2023 3:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত উদ্ভাৱনৰ সফলতা আৰু উদ্যমিতা পৰিস্থিতিতন্ত্ৰ সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰী ডঃ জীতেন্দ্ৰ সিঙে লেখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে টুইট কৰিছে;
"কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডঃ জীতেন্দ্ৰ সিঙে ভাৰতত উদ্ভাৱনৰ সফলতা আৰু উদ্যমিতা পৰিস্থিতিতন্ত্ৰৰ বিষয়ে লিখিছে।"
******