প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ভাৰতত উদ্ভাৱনৰ সফলতা আৰু উদ্যমিতা পৰিস্থিতিতন্ত্ৰৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে লেখা এক প্ৰবন্ধ শ্বেয়াৰ কৰিছে

Posted On: 18 MAY 2023 3:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত উদ্ভাৱনৰ সফলতা আৰু উদ্যমিতা পৰিস্থিতিতন্ত্ৰ সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰী ডঃ জীতেন্দ্ৰ সিঙে লেখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে টুইট কৰিছে;

"কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডঃ জীতেন্দ্ৰ সিঙে ভাৰতত উদ্ভাৱনৰ সফলতা আৰু উদ্যমিতা পৰিস্থিতিতন্ত্ৰৰ বিষয়ে লিখিছে।"

******



(Release ID: 1925841) Visitor Counter : 93