প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সাংসদ তথা প্ৰাক্তন মন্ত্ৰী শ্ৰীযুত ৰত্ন লাল কাটাৰিয়াৰ বিয়োগত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
18 MAY 2023 10:51AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাংসদ তথা প্ৰাক্তন মন্ত্ৰী শ্ৰীযুত ৰত্ন লাল কাটাৰিয়াৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়; "সাংসদ তথা প্ৰাক্তন মন্ত্ৰী শ্ৰীযুত ৰত্ন লাল কাটাৰিয়া জীৰ বিয়োগত মই ব্যথিত হৈছো। জনসেৱা আৰু সামাজিক ন্যায়ৰ দিশত তেওঁৰ চহকী অৱদানৰ বাবে তেওঁক সদায় স্মৰণ কৰা হ'ব। হাৰিয়ানাত বিজেপিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকললৈ সমবেদনা জ্ঞাপন কৰিছো।ওম শান্তি।"
***
(रिलीज़ आईडी: 1925444)
आगंतुक पटल : 163
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Nepali
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam