প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ বস্তিত মোডী (মিছন অৰিয়েণ্টেড ডেভেলপিং ইণ্ডিয়া)ৰ অধীনত উন্নয়নমূলক পদক্ষেপৰ প্ৰশংসা কৰে
प्रविष्टि तिथि:
17 MAY 2023 1:37PM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ বস্তিত মোডী (মিছন অৰিয়েণ্টেড ডেভেলপিং ইণ্ডিয়া)ৰ অধীনত উন্নয়নমূলক পদক্ষেপৰ প্ৰশংসা কৰে।
বস্তিৰ সাংসদ শ্ৰী হৰিশ দ্বিবেদীয়ে মোডী (মিছন অৰিয়েণ্টেড ডেভেলপিং ইণ্ডিয়া)ৰ অধীনত পকী গৃহৰ দৰে উন্নয়নমূলক পদক্ষেপৰ বিষয়ে কৰা টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কয়:
"উত্তৰ প্ৰদেশৰ বস্তিৰ এই উন্নয়নমূলক কামে আমাৰ দৰিদ্ৰ ভাই-ভনীসকলৰ জীৱন কেনেদৰে উজ্জ্বল কৰি তুলিছে, এয়া তাৰ এক উৎকৃষ্ট উদাহৰণ। "
*****
(रिलीज़ आईडी: 1925008)
आगंतुक पटल : 166
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Nepali
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam