প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৱালমাৰ্টৰ মুখ্য কাৰ্যবাহী বিষয়া মিষ্টাৰ ডগ মেকমিলানক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
14 MAY 2023 5:03PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৱালমাৰ্টৰ মুখ্য কাৰ্যবাহী বিষয়া ডগ মেকমিলানৰ সৈতে বৈঠকত মিলিত হয়।
ৱালমাৰ্টৰ এটা টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কয়;
"ৱালমাৰ্টৰ মুখ্য কাৰ্যবাহী বিষয়া মিষ্টাৰ ডগ মেকমিলানৰ সৈতে হোৱা বৈঠক ফলপ্ৰসূ আছিল। বিভিন্ন বিষয়ক লৈ আমাৰ মাজত অন্তৰ্দৃষ্টিপূৰ্ণ আলোচনা হয়। ভাৰত বিনিয়োগৰ বাবে এক আকৰ্ষণীয় গন্তব্য স্থান হৈ উঠা দেখি আনন্দিত হৈছোঁ।"
******
(रिलीज़ आईडी: 1924394)
आगंतुक पटल : 172
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam