প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীক সাক্ষাৎ চিস্ক’ৰ অধ্যক্ষ আৰু চিইঅ’ৰ
प्रविष्टि तिथि:
10 MAY 2023 9:58PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক চিস্ক’ৰ অধ্যক্ষ তথা চিইঅ’ শ্ৰী ছাক ৰবিন্সে সাক্ষাৎ কৰে।
শ্ৰী ৰবিন্সৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ
"আপোনাক @ChuckRobbins লগ পাই আনন্দিত হৈছোঁ আৰু @Cisco-য়ে ভাৰতত উপলব্ধ বিস্তৃত সুযোগসমূহ ব্যৱহাৰ কৰা প্ৰত্যক্ষ কৰি সন্তোষ পাইছোঁ।"
***
(रिलीज़ आईडी: 1924094)
आगंतुक पटल : 151
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam