পোষ্ট কৰা হৈছে:
10 MAY 2023 9:58PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক চিস্ক’ৰ অধ্যক্ষ তথা চিইঅ’ শ্ৰী ছাক ৰবিন্সে সাক্ষাৎ কৰে।
শ্ৰী ৰবিন্সৰ এটি টুইটলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ
"আপোনাক @ChuckRobbins লগ পাই আনন্দিত হৈছোঁ আৰু @Cisco-য়ে ভাৰতত উপলব্ধ বিস্তৃত সুযোগসমূহ ব্যৱহাৰ কৰা প্ৰত্যক্ষ কৰি সন্তোষ পাইছোঁ।"
***