প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২০২৩ চনৰ এপ্ৰিলত সৰ্বাধিক জিএছটি সংগ্ৰহৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
01 MAY 2023 6:44PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ২০২৩ চনৰ এপ্ৰিলমাহৰ বাবে জিএছটি ৰাজহ সংগ্ৰহ হৈছে সৰ্বকালৰ সৰ্বাধিক ১.৮৭ লাখ কোটি টকাৰ "ভাৰতীয় অৰ্থনীতিৰ বাবে এক ডাঙৰ খবৰ"।
বিত্ত মন্ত্ৰালয়ৰ টুইটৰ সঁহাৰি দি প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়:
"ভাৰতীয় অৰ্থনীতিৰ বাবে ভাল খবৰ! কৰ সংগ্ৰহৰ বৃদ্ধিয়ে, কম কৰ হাৰ স্বত্বেও, সমন্বয় আৰু অনুপালনৰ ক্ষেত্ৰত জিএছটিয়ে লাভ কৰা সফলতাক প্ৰতিফলিত কৰে। "
***
(रिलीज़ आईडी: 1922435)
आगंतुक पटल : 164
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
Malayalam
,
Bengali
,
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada