প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰত গৌৰৱ পৰ্যটন ৰেলৰ গংগা পুষ্কৰালা যাত্ৰাই আধ্যাত্মিক পৰ্যটনক উদ্দীপনা যোগাবঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
01 MAY 2023 2:47PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত গৌৰৱ পৰ্যটন ৰেলযোগে তেলেংগানাৰ ছেকেন্দ্ৰাবাদ ৰেলৱে ষ্টেচনৰপৰা ফ্লেগ অফ কৰা "গংগা পুষ্কৰালা যাত্ৰা"ই পুৰী, কাশী আৰু অযোধ্যাৰ পৱিত্ৰ চহৰসমূহ অতিক্ৰমেৰে দেশৰ আধ্যাত্মিক পৰ্যটনক উদ্দীপনা যোগাব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ
"কেইদিনমান পূৰ্বে আৰম্ভ হোৱা এই যাত্ৰাই নিশ্চিতভাৱে আধ্যাত্মিক পৰ্যটনক উদ্দীপনা যোগাব।"
***
(रिलीज़ आईडी: 1922354)
आगंतुक पटल : 179
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam