প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে দিব্যাংগ মহিলাৰ দ্বাৰা মন কী বাতৰ শততম খণ্ডৰ চিত্ৰাংকন শ্বেয়াৰ কৰিছে

प्रविष्टि तिथि: 05 MAY 2023 11:40AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ আজমেৰৰ দিব্যাংগ মহিলাৰ মন কী বাতৰ শততম খণ্ডৰ এখন চিত্ৰ ভাগ-বতৰা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:

"অতি আকৰ্ষণীয় পেইণ্টিং! আজমীৰৰ মৰমৰ জীয়ৰী নন্দিনীৰ পৰা এই অভিনন্দন বাৰ্তাটো পাই অভিভূত হৈছো! তেওঁলৈ মোৰ শুভেচ্ছা থাকিল!"

***


(रिलीज़ आईडी: 1922156) आगंतुक पटल : 174
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam