প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

যোৱা ৯ বছৰত সকলো আন্তঃগাঁথনি সম্পৰ্কীয় খণ্ডতে ৰূপান্তৰ সাধন হৈছেঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 26 APR 2023 9:26AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ৰ পাছত ৫৩,৮৬৮ কিলোমিটাৰৰো অধিক ৰাষ্ট্ৰীয় ঘাইপথ বৃদ্ধি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীৰ এটা টুইট শ্বেয়াৰ কৰিছে।

এই কৃতিত্বৰ শলাগ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰেঃ

"যোৱা ৯ বছৰত সকলো আন্তঃগাঁথনি সম্পৰ্কীয় খণ্ডতে ৰূপান্তৰ সাধন হৈছে। উন্নত পথ সংযোগে অৰ্থনীতিৰ আন-আন গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহ বহুলাংশে সুদৃঢ় কৰিছে।"

***


(रिलीज़ आईडी: 1920418) आगंतुक पटल : 174
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam