প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছনক লৈ কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে লেখা প্ৰবন্ধ শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
25 APR 2023 1:45PM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছনক লৈ কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে লেখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছেঃ
"ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছনৰ জৰিয়তে ভাৰতে বৈশ্বিক কোৱাণ্টাম প্ৰযুক্তিৰ মানচিত্ৰত কিদৰে আছে সেয়া বৰ্ণনা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে... অৱশ্য পঠনীয়!"
************
(ৰিলিজ আই ডি : 1919714)
অতিথি কক্ষ : 108
ত এই ৰিলিজটো পঢ়ক:
Marathi
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam