প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পাৰম্পৰিক ক্ৰীড়া মহোৎসৱৰ আয়োজনৰ বাবে চেণ্ট্ৰেল ইউনিভাৰ্চিটি অৱ ওড়িশাৰ পদক্ষেপক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
23 APR 2023 10:00AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ চহকী ক্ৰীড়া পৰম্পৰা আৰু বৈচিত্ৰ্যৰ বিষয়ে সজাগতা বিয়পাই দিয়াৰ বাবে কেন্দ্ৰীয় বিশ্ববিদ্যালয় ওড়িশাৰ উদ্যোগত পাৰম্পৰিক ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰা পদক্ষেপক প্ৰশংসা কৰিছে।
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ সুভাষ সৰকাৰে কৰা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
“ভাৰতৰ চহকী ক্ৰীড়া পৰম্পৰা আৰু বৈচিত্ৰ্যৰ বিষয়ে সজাগতা বিয়পোৱাৰ বাবে পাৰম্পৰিক ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰাৰ বাবে চেণ্ট্ৰেল ইউনিভাৰ্চিটি অৱ ওড়িশাৰ প্ৰশংসাসূচক পদক্ষেপ।”
https://pib.gov.in/PressReleasePage.aspx?PRID=1918629
*****
(रिलीज़ आईडी: 1919517)
आगंतुक पटल : 145
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam