প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছটি সংগমমৰ অতিথিসকলক উষ্ম আদৰণি জনোৱাৰ বাবে বাদলপাৰাৰ জনতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 25 APR 2023 9:23AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সৌৰাষ্ট তামিল সংগমমৰ অতিথিসকলক পৰিয়ালৰ দৰে আদৰণি জনোৱাৰ বাবে সোমনাথৰ বাদলপাৰা গাঁৱৰ জনতাক ভূয়সী প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷

এছটি সংগমমৰ এটা টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়;

“দেখি আনন্দিত হৈছো৷ বাদলপাৰাৰ জনতাক প্ৰশংসা কৰিছো৷”

***


(ৰিলিজ আই ডি : 1919469) অতিথি কক্ষ : 178