প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

Indiahandmade.com চাবলৈ সকলোকে আহ্বান প্ৰধানমন্ত্ৰীৰ

Posted On: 24 APR 2023 11:49AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ চহকী হস্ততাত আৰু হস্তকলা ঐতিহ্যৰ একক বিপণী Indiahandmade.com চাবলৈ সকলোকে আহ্বান জনাইছে৷

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ এটা টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়ঃ

indiahandmade.com চাওক আৰু #VocalForLocal আন্দোলনক আৰু অধিক গতি প্ৰদান কৰক৷

***



(Release ID: 1919457) Visitor Counter : 95